তিনিদিনৰ পিছতো সন্ধান নোলাল তৃষ্ণাৰ, ভৰা লুইতত অভিযান SDRF-NDRFৰ

আজি পুনৰ ছাত্ৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে SDRF আৰু NDRF বাহিনীয়ে।

News18-Assam
Updated:June 12, 2019, 10:51 AM IST
তিনিদিনৰ পিছতো সন্ধান নোলাল তৃষ্ণাৰ, ভৰা লুইতত অভিযান SDRF-NDRFৰ
আজি পুনৰ ছাত্ৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে SDRF আৰু NDRF বাহিনীয়ে।
News18-Assam
Updated: June 12, 2019, 10:51 AM IST
আজিও সন্ধান ওলোৱা নাই ব্ৰহ্মপুত্ৰত জাপ দিয়া চন্দ্ৰপুৰ কলেজৰ ছাত্ৰী তৃষ্ণা কলিতাৰ। আজি পুনৰ ছাত্ৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে SDRF আৰু NDRF বাহিনীয়ে। সোমবাৰে ২ ছাত্ৰসহ ব্ৰহ্মপুত্ৰত জাঁপ দিছিল চন্দ্ৰপুৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী তৃষ্ণাই। ইতিমধ্যে উদ্ধাৰ হৈছে জাগীৰোড কলেজৰ দুই ছাত্ৰ ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকাৰ মৃতদেহ। ফুৰিবলৈ আহি ব্ৰহ্মপুত্ৰত জাঁপ দিছিল তিনি শিক্ষাৰ্থীয়ে। প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি