• Home
  • »
  • News
  • »
  • assam
  • »
  • JORABAT : ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ বিদ্যালয়ৰ চকীদাৰৰ, স্কুললৈ মাস্ক পিন্ধি অহা বাবেই মাৰধৰৰ অভিযোগ

JORABAT : ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ বিদ্যালয়ৰ চকীদাৰৰ, স্কুললৈ মাস্ক পিন্ধি অহা বাবেই মাৰধৰৰ অভিযোগ

ভুক্তভোগী ছাত্ৰজনৰ পিতৃ–মাতৃয়ে সোণাপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷

ভুক্তভোগী ছাত্ৰজনৰ পিতৃ–মাতৃয়ে সোণাপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷

ভুক্তভোগী ছাত্ৰজনৰ পিতৃ–মাতৃয়ে সোণাপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷

  • Share this:
এজন ১৩ বছৰীয়া ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ বিদ্যালয়ৰ চকীদাৰৰ।  সোণাপুৰ ডিগাৰুৰ মাজকুছি বুঢ়ীগোসাঁনী মধ্য ইংৰাজী বিদ্যালয় চকীদাৰৰ ৰোষৰ বলি হয় ১২ বছৰীয়া ছাত্ৰজন।

এই চকীদাৰজনৰ নাম অজিত তাঁতী বুলি জানিব পৰা গৈছে। বিদ্যালয়লৈ মাস্ক পৰিধান কৰি যোৱাৰ বাবেই ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। ছাত্ৰজনৰ শৰীৰত প্ৰহাৰৰ চিন স্পষ্ট ৷ ভুক্তভোগী ছাত্ৰজনৰ পিতৃ–মাতৃয়ে সোণাপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷ গোচৰ তৰাৰ পিছতে সোণাপুৰ আৰক্ষীয়ে আটক কৰে বিদ্যালয়খনৰ চকীদাৰজনক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি