মৰ্মন্তুদ! বিহসনা আহাৰ খাই কণমানি ছাত্ৰী বেৰিশা বৰাৰ মৃত্যু

আলহী খাবলৈ গৈ কণমানি ছাত্ৰীৰ কৰুণ মৃত্যু।

News18-Assam
Updated:July 31, 2019, 3:08 PM IST
মৰ্মন্তুদ! বিহসনা আহাৰ খাই কণমানি ছাত্ৰী বেৰিশা বৰাৰ মৃত্যু
আলহী খাবলৈ গৈ কণমানি ছাত্ৰীৰ কৰুণ মৃত্যু।
News18-Assam
Updated: July 31, 2019, 3:08 PM IST
তিনিচুকীয়াৰ বাৰেকুৰি বৰগাৱঁত সংঘটিত হৈছে এক মৰ্মন্তুদ ঘটনা।  বৰগাৱঁৰ ৰাজেশ বড়া নামৰ এজন লোকৰ ঘৰত যোৱা নিশা আহাৰ খাই মৃত্যু বেৰিশা বৰা নামৰ এগৰাকী কণমানী  ছাত্ৰী । কোনো দৃৰ্বৃত্তই নিশাা আহাৰত  কীট নাশক দৰৱ ঢালি দিয়াৰ সন্দেহ। ঘৰৰ ওচৰতে কীট নাশক দৰৱৰ বটল উদ্ধাৰ। এই বিহসনা আঞ্জা এটা হাঁহক খাবলৈ দিয়াৰ ১৫মিনিটৰ ভিতৰতে মৃত্যু হয় হাঁহটোৰ। এইপৰ্যন্ত দুৰ্বৃত্তৰ সন্ধান পোৱা নাই যদিও ৰাইজৰ সন্দেহ দুৰ্বৃত্তই ১০জনীয়া পৰিয়ালটোক নিঃশেষ কৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি