உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিদ্যালয় নিৰ্মাণৰ ধনৰ নামত বিচাৰিছিল কমিচন, ১৫ হাজাৰ টকা এডভাঞ্চ লওঁতেই হাতে–লোটে ধৰা পৰিল বাইদেউ

    বিদ্যালয় নিৰ্মাণৰ ধনৰ নামত বিচাৰিছিল কমিচন, ১৫ হাজাৰ টকা এডভাঞ্চ লওঁতেই হাতে–লোটে ধৰা পৰিল বাইদেউ

    নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিচন বিচাৰিছিল জ্যোৎস্না ৰাণী বৰ্মনে।

    নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিচন বিচাৰিছিল জ্যোৎস্না ৰাণী বৰ্মনে।

    নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিচন বিচাৰিছিল জ্যোৎস্না ৰাণী বৰ্মনে।

    • Share this:
    নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগৰ অভিযান। নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান। বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক উৎকোচ লোৱা অৱস্থাতে হাতে–লোতে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই।

    নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিচন বিচাৰিছিল জ্যোৎস্না ৰাণী বৰ্মনে। ৫০ হাজাৰ টকা বিছাৰিছিল পৰিদৰ্শকগৰাকীয়ে। আগধন হিচাপে আজি বিছাৰিছিল ১৫ হাজাৰ টকা। এই আগধন লৈ থকাৰ মুহূৰ্ততে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰ শাখাই।
    Published by:Sanjay Kumar Das
    First published: