உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'একে একে কিমান? ২য়ে ২য়ে? চাৰিয়ে চাৰিয়ে কিমান? নাজানিলে বহীত লিখি যাবি দেই'-গুণোৎসৱৰ প্ৰথম দিনটোত শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী

    'একে একে কিমান? ২য়ে ২য়ে? চাৰিয়ে চাৰিয়ে কিমান? নাজানিলে বহীত লিখি যাবি দেই'-গুণোৎসৱৰ প্ৰথম দিনটোত শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী

    আজি ছিপাঝাৰত এগৰাকী শিক্ষকৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কিছু সময়ৰ বাবে কণ কণ ছাত্ৰ–ছাত্ৰীক পাঠদান কৰে মুখ্যমন্ত্ৰীয়ে।

    • Share this:
    আজি ছিপাঝাৰত এগৰাকী শিক্ষকৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কিছু সময়ৰ বাবে কণ কণ ছাত্ৰ–ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। ছিপাঝাৰৰ ঘোৰাবান্ধা জুনিয়ৰ বেছিক স্কুল আৰু বি জে গাৰ্লছ জুনিয়ৰ বেছিক স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    মুখ্যমন্ত্ৰীয়ে কণ কণ শিক্ষাৰ্থীৰ নেওতাৰ জ্ঞানৰ পৰীক্ষা কৰে। লগতে দেশৰ প্ৰধানমন্ত্ৰী কোন, শিক্ষামন্ত্ৰী কোন, অসমৰ শিক্ষামন্ত্ৰী কোন আদি নানা ধৰণৰ প্ৰশ্ন সোধে। মুখ্যমন্ত্ৰীক কাষতে পাই আনন্দত আত্মহাৰা হৈ পৰে শিক্ষাৰ্থীসকলে। ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশ্ন সোধাৰ সমান্তৰালকৈ শিক্ষকসকলকো বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    পাঠদানৰ পিছত ছাত্ৰ–ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে কয়, এইখন স্কুলৰ সকলো ছাত্ৰ–ছাত্ৰী স্মাৰ্ট। তহঁতি ভালকৈ পঢ়িবি দেই। মা-দেউতাহঁতে বহুত কষ্ট কৰিছে তহঁতৰ বাবে। অহা ৪ বছৰত বিদ্যালয়সমূহৰ সমস্যা কমি আহিব। গুণোৎসৱক লৈ ভুল ধাৰণা ৰাখিব নালাগে।’’
    Published by:Himangshu Bhuyan
    First published: