• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটা, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত ১৫ দিনৰ বাবে বন্ধ সকলো শিক্ষানুষ্ঠান

বৰপেটা, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত ১৫ দিনৰ বাবে বন্ধ সকলো শিক্ষানুষ্ঠান

বৰপেটা, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত ১৫ দিনৰ বাবে সকলো স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছে।

বৰপেটা, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত ১৫ দিনৰ বাবে সকলো স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছে।

বৰপেটা, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত ১৫ দিনৰ বাবে সকলো স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছে।

  • Share this:
বৰপেটা, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত ১৫ দিনৰ বাবে বন্ধ সকলো শিক্ষানুষ্ঠান। জিলা উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। ক'ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত। বন্ধ থাকিব হোষ্টেল আৰু কোচিং চেণ্টাৰসমূহো। প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।পূৰ্বে কামৰূপ মহানগৰ জিলাত বন্ধ ঘোষণা কৰা হৈছিল সকলো শিক্ষানুষ্ঠান।
Published by:Kokil Sarma
First published: