কিছু কিছু অঞ্চলত বান কমিছে যদিও ন ন অঞ্চল প্লাবিত হৈছে বানত।
কিছু কিছু অঞ্চলত বান কমিছে যদিও ন ন অঞ্চল প্লাবিত হৈছে বানত।
দৰং জিলাত ২২ জুনলৈ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিন বৃদ্ধি কৰা হৈছে স্কুল বন্ধৰ দিন। কিছু কিছু অঞ্চলত বান কমিছে যদিও ন ন অঞ্চল প্লাবিত হৈছে বানত। মঙলদৈ ঠেকেৰাবাৰী, ৰঙামাটীকে ধৰি ন ন অঞ্চলত বানৰ প্ৰকোপ বৃদ্ধি পাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|