মহানগৰীৰ হাতীগাঁৱত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত কেইবাগৰাকীও শিক্ষাৰ্থী

শেৱালি পথৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো।

News18-Assam
Updated:August 16, 2019, 8:23 AM IST
মহানগৰীৰ হাতীগাঁৱত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত কেইবাগৰাকীও শিক্ষাৰ্থী
শেৱালি পথৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো।
News18-Assam
Updated: August 16, 2019, 8:23 AM IST
পুৱাই মহানগৰীৰ হাতীগাঁৱত সংঘটিত হ’ল এক দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত থকা লাইটৰ পোষ্টত খুন্দিয়ালে এখন স্কুলবাছে। শেৱালি পথৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত বাছখনত থকা কেইবাগৰাকীও ছাত্ৰ–ছাত্ৰী আহত হয়। গুৰুতৰভাৱে আহত হয় বাছখনৰ চালকজন। আহত আটাইকে ভৰ্তি কৰোৱা হয় এইচ এম হাস্পতালত।
আৰু চাওক পৰৱৰ্তী বাতৰি