মহানগৰীত দিল্লী পাব্লিক স্কুলৰ বাছ দুৰ্ঘটনাত পতিত, আহত ১৪জন ছাত্ৰ–ছাত্ৰী

গড়চুকৰ লালুংগাঁৱৰ NPS স্কুলৰ সন্মুখত এই দুৰ্ঘটনা। DPSৰ দুখন বাছৰ মাজত সংঘৰ্ষ। আহত ছাত্ৰ ছাত্ৰীকেইজনক এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি।

News18-Assam
Updated:November 5, 2019, 12:40 PM IST
মহানগৰীত দিল্লী পাব্লিক স্কুলৰ বাছ দুৰ্ঘটনাত পতিত, আহত ১৪জন ছাত্ৰ–ছাত্ৰী
গড়চুকৰ লালুংগাঁৱৰ NPS স্কুলৰ সন্মুখত এই দুৰ্ঘটনা। DPSৰ দুখন বাছৰ মাজত সংঘৰ্ষ। আহত ছাত্ৰ ছাত্ৰীকেইজনক এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি।
News18-Assam
Updated: November 5, 2019, 12:40 PM IST
মহানগৰীত দুৰ্ঘটনাত পতিত DPSৰ বাছ।
দুৰ্ঘটনাত আহত ১৪ জন ছাত্ৰ-ছাত্ৰী।
গড়চুকৰ লালুংগাঁৱৰ NPS স্কুলৰ সন্মুখত এই দুৰ্ঘটনা।

আহত ছাত্ৰ ছাত্ৰীকেইজনক এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি।
দুৰ্ঘটনাত পতিত DPSৰ দুখন বাছ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন এজন চালকৰ।
এজন চালকক আটক কৰে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি