NRCৰ ক্ষেত্ৰত সকলোৰে প্ৰতি নিৰপেক্ষ হওক – হাজেলালৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সকলো দাবী–আপত্তি গুৰুত্ব সহকাৰে পৰীক্ষা কৰাৰ নিৰ্দেশ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক।

news18assam
Updated:May 30, 2019, 12:09 PM IST
NRCৰ ক্ষেত্ৰত সকলোৰে প্ৰতি নিৰপেক্ষ হওক – হাজেলালৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
সকলো দাবী–আপত্তি গুৰুত্ব সহকাৰে পৰীক্ষা কৰাৰ নিৰ্দেশ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক।
news18assam
Updated: May 30, 2019, 12:09 PM IST
ৰাষ্ট্ৰীয় নাগিৰকপঞ্জীক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। সকলো দাবী–আপত্তি গুৰুত্ব সহকাৰে পৰীক্ষা কৰাৰ নিৰ্দেশ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক। NRCৰ প্ৰক্ৰিয়া সংক্ষিপ্ত নকৰিবলৈও নিৰ্দেশ দিছে ন্যায়ালয়ে। সকলোৰে ন্যায্য সুযোগ নিশ্চিত কৰি সকলো দাবীৰ নিষ্পত্তি সঠিক ৰূপত কৰা উচিত বুলি উল্লেখ নিৰ্দেশনাত। সকলোৰে প্ৰতি নিৰপেক্ষ হোৱাৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি