৩ বছৰত মুকলি কৰি দিব লাগিব চিহ্নিত বিদেশীক, SCৰ বৃহৎ ৰায়

ডিটেনচন কেম্পত ৩ বছৰৰ অধিক কাল বন্দী কৰি ৰাখিব নোৱাৰিব চিহ্নিত বিদেশীক।

news18assam
Updated:May 11, 2019, 8:11 AM IST
৩ বছৰত মুকলি কৰি দিব লাগিব চিহ্নিত বিদেশীক, SCৰ বৃহৎ ৰায়
ডিটেনচন কেম্পত ৩ বছৰৰ অধিক কাল বন্দী কৰি ৰাখিব নোৱাৰিব চিহ্নিত বিদেশীক।
news18assam
Updated: May 11, 2019, 8:11 AM IST
ডিটেনচন কেম্প সন্দৰ্ভত উচ্চতম ন্যায়ালয় বৃহৎ ৰায়দান
ডিটেনচন কেম্পত ৩ বছৰৰ অধিক কাল বন্দী কৰিব নোৱাৰিব
১ লাখ টকা মূল্যৰ বণ্ড প্ৰদান কৰি মুকলি হ’ব পাৰিব

দুজন ভাৰতীয়ৰ পৰা গাইপতি ১ লাখ টকাৰ বণ্ড দিয়াব লাগিব
মুকলি হোৱাৰ পিছত দিব লাগিব ভাৰতত থকাৰ ঠিকনা
দিব লাগিব বায়’মেট্ৰিক তথ্য, দহোটা আঙুলিৰ ছাপ, ফটো
প্ৰতি সপ্তাহত থানাত হাজিৰ হ’ব লাগিব অভিযুক্তবিদেশী ন্যায়াধিকৰণে ঠিক কৰি দিয়া থানাত হাজিৰ হ’ব লাগিব
ঠিকনা পৰিৱৰ্তন হ’লে জনাব লাগিব সংশ্লিষ্ট থানাত
সীমান্ত আৰক্ষী অধীক্ষকে ৩ মাহত দিব লাগিব প্ৰতিবেদন
বিদেশী ন্যায়াধিকৰণত প্ৰতি ৩ মাহত প্ৰতিবেদন দিব লাগিব
চিহ্নিত বিদেশী সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব
এই চৰ্তসমূহ ভংগ কৰিলে মুকলি হোৱা বিদেশীক পুনৰ গ্ৰেপ্তাৰ কৰি বিদেশী ন্যায়াধীকৰণত হাজিৰ কৰোৱা হ’ব
CJI ৰঞ্জন গগৈৰে গঠিত খণ্ড বিচাৰপীঠৰ ৰায়দান

আৰু চাওক পৰৱৰ্তী বাতৰি