உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মঙলদৈত ১৫ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল ADO জ্যোতিৰেখা দাস

    মঙলদৈত ১৫ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল ADO জ্যোতিৰেখা দাস

    কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।

    কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।

    কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।

    • Share this:
    মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। কৃষি বিভাগৰ খাৰুপেটীয়াৰ ADO জ্যোতিৰেখা দাসক গেপ্তাৰ। ১৫০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ জ্যোতিৰেখা দাসক।কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।

    স্কুটীৰে আহি মঙলদৈৰ শান্তিপুৰ পথৰ ওপৰতে গ্ৰেপ্তাৰ জ্যোতি ৰেখা দাসক। দুৰ্নীতি নিবাৰক শাখাৰ উপ–আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অহা ১৮ জনীয়া দলে মঙলদৈৰ শান্তিপুৰত গ্ৰেপ্তাৰ কৰে জ্যোতিৰেখাক।
    Published by:Sanjay Kumar Das
    First published: