
কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।
কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।
মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। কৃষি বিভাগৰ খাৰুপেটীয়াৰ ADO জ্যোতিৰেখা দাসক গেপ্তাৰ। ১৫০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ জ্যোতিৰেখা দাসক।কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।
স্কুটীৰে আহি মঙলদৈৰ শান্তিপুৰ পথৰ ওপৰতে গ্ৰেপ্তাৰ জ্যোতি ৰেখা দাসক। দুৰ্নীতি নিবাৰক শাখাৰ উপ–আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অহা ১৮ জনীয়া দলে মঙলদৈৰ শান্তিপুৰত গ্ৰেপ্তাৰ কৰে জ্যোতিৰেখাক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|