মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল সৰ্বানন্দ সোণোৱাল

ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:September 27, 2021, 3:57 PM IST
ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱালে কয়, ‘‘আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়াই অন্য প্ৰাৰ্থী নথকাৰ বাবে মোক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।’’

সৰ্বানন্দ সোণোৱালে কয়, ‘‘আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়াই অন্য প্ৰাৰ্থী নথকাৰ বাবে মোক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।’’

  • News18 Assam
  • Last Updated: September 27, 2021, 3:57 PM IST
  • Share this:
ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল সৰ্বানন্দ সোণোৱাল। নিৰ্বাচনী বিষয়াৰ পৰা প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে সোণোৱালে৷ সংগ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু বহু কেইজন মন্ত্ৰী-বিধায়ক-সাংসদে৷

সৰ্বানন্দ সোণোৱালে কয়, ‘‘আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়াই অন্য প্ৰাৰ্থী নথকাৰ বাবে মোক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। মই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপিৰ কেন্দ্ৰীয় সভাপতিক ধন্যবাদ জনালো৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপ, UPPLৰ নেতৃত্বক ধন্যবাদ জনাইছো৷ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়ামৰ ৰাইজ তথা মাজুলীবাসীক ধন্যবাদ জনাইছো।’’
Published by: Sanjay Kumar Das
First published: September 27, 2021, 3:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি