உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'I, Sarbananda Sonowal do swear in the name of God...'- কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    'I, Sarbananda Sonowal do swear in the name of God...'- কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

     পিছে সৰ্বানন্দ সোণাৱালে কি দপ্তৰ লাভ কৰিছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

    পিছে সৰ্বানন্দ সোণাৱালে কি দপ্তৰ লাভ কৰিছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

    পিছে সৰ্বানন্দ সোণাৱালে কি দপ্তৰ লাভ কৰিছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

    • Share this:
    সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পিছে সৰ্বানন্দ সোণাৱালে কি দপ্তৰ লাভ কৰিছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। আজিৰ দিনটোৰত সোণোৱাৰ লগতে সৰ্বমুঠ ৪৩ জনে নতুনকৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

    ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় কেবিনেটৰ বৰ্তমানৰ মন্ত্ৰীসকল।
    Published by:Himangshu Bhuyan
    First published: