News18 AssamNews18 Assam
|
News18-Assam Updated:May 24, 2020, 8:55 AM IST
২০১৬ চনৰ ২৪ মে'ৰ দিনটোতে শপত লৈছিল সোণোৱাল চৰকাৰে।
২০১৬ চনৰ ২৪ মে'ৰ দিনটোতে শপত লৈছিল সোণোৱাল চৰকাৰে।
আজি সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি। ২০১৬ চনৰ ২৪ মে'ৰ দিনটোতে শপত লৈছিল সোণোৱাল চৰকাৰে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছিল শপত গ্ৰহণ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত হৈছিল শপতগ্ৰহণ অনুষ্ঠান।