உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Breaking News: সৰ্বানন্দ সোণোৱালক বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰীৰ দায়িত্ব

    Breaking News: সৰ্বানন্দ সোণোৱালক বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰীৰ দায়িত্ব

    Photo- ANI

    Photo- ANI

    মোদী কেবিনেটত সৰ্বানন্দ সোণোৱালক দিয়া হৈছে বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰীৰ দায়িত্ব।

    • Share this:
    মোদী কেবিনেটত সৰ্বানন্দ সোণোৱালক দিয়া হৈছে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰীৰ দায়িত্ব। আজি সন্ধিয়া মোদী কেবিনেটৰ মন্ত্ৰীৰূপে শপত লৈছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

    কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমত বক্তব্য ৰাখি সৰ্বানন্দ সোনোৱালে কয়, "মই মোৰ পিতৃ-মাতৃ, গুৰু আৰু অসমৰ মাজুলীৰ জনসাধাৰণ, প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জে পি নাড্ডাক ধন্যবাদ জনাইছো।"

    উত্তৰ-পূৰ্বাঞ্চলৰ আন এগৰাকী কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজুক আইন মন্ত্ৰালয়ৰ লগতে সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে
    Published by:Kokil Sarma
    First published: