உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অনিয়ম! ২০১৮ চনৰ পৰা বঢ়া নাই দৰমহা! প্ৰতিবাদত বহিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এইসকল কৰ্মচাৰী

    অনিয়ম! ২০১৮ চনৰ পৰা বঢ়া নাই দৰমহা! প্ৰতিবাদত বহিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এইসকল কৰ্মচাৰী

    ২০১৮ চনৰ পৰা এই পৰ্য্যন্ত কোনো অস্থায়ী কৰ্মচাৰী এটকাও দা দৰমহা বৃদ্ধি নহোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে।

    ২০১৮ চনৰ পৰা এই পৰ্য্যন্ত কোনো অস্থায়ী কৰ্মচাৰী এটকাও দা দৰমহা বৃদ্ধি নহোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে।

    ২০১৮ চনৰ পৰা এই পৰ্য্যন্ত কোনো অস্থায়ী কৰ্মচাৰী এটকাও দা দৰমহা বৃদ্ধি নহোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে।

    • Share this:
    এটা দিনৰ বাবে অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৷ কৰ্মচাৰীৰ প্ৰতিবাদত স্তব্ধ কলাক্ষেত্ৰৰ কাম-কাজ ৷ ৪০ গৰাকী কৰ্মচাৰীৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত আন্দোলনৰ কাৰ্য্যসূচী ৷ বছৰ বছৰ ধৰি কলাক্ষেত্ৰত সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকল বঞ্চিত হৈছে নিজৰ প্ৰাপ্য টকা কেইটাৰ পৰা ৷ এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কলাক্ষেত্ৰৰে একাংশ অস্থায়ী কৰ্মচাৰীয়ে ৷

    কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ নেতৃত্বত শোষণ চলোৱাৰো অভিযোগ উত্থাপিত কৰিছে  অস্থায়ী কৰ্মচাৰীসকলে ৷ ৪০গৰাকী কৰ্মচাৰীৰ চাকৰি নিযুক্তিৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতো দীৰ্ঘদিনে নিয়মীয়া নহ'ল চাকৰি ৷ বিপৰীতে অতি কম দৰমহাত  চলাব লগা হৈছে জীৱন ৷

    ২০১৮ চনৰ পৰা এই পৰ্য্যন্ত কোনো অস্থায়ী কৰ্মচাৰী এটকাও দা দৰমহা বৃদ্ধি নহোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে ৷ উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অধ্যক্ষ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ গতিকে মুখ্যমন্ত্ৰীক বিষয়টো অতি সোনকালে সমাধান কৰাৰ দাবী জনাইছে কৰ্মচাৰী সকলে ৷
    Published by:Himangshu Bhuyan
    First published: