
পৰম্পৰাগত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ বাবে বৰপেটাৰ গুনীন্দ্ৰ নাথ ওজালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা।
পৰম্পৰাগত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ বাবে বৰপেটাৰ গুনীন্দ্ৰ নাথ ওজালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা।
বৰপেটাৰ বিশিষ্ঠ বৰগীতৰ শিল্পী গুণীন্দ্ৰ নাথ ওজালৈ ২০২১ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা প্ৰদান৷ পৰম্পৰাগত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ বাবে বৰপেটাৰ গুনীন্দ্ৰ নাথ ওজালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা।
আজি এই বাতৰি পোৱাৰ পিছতে সত্ৰনগৰী বৰপেটাত সৃষ্টি হয় আনন্দোল্লাস৷ বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে জড়িত থকাৰ উপৰিও সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ সৈতে জৰিত গুণীন্দ্ৰ নাথ ওজা বৰগীতকে ধৰি সত্ৰীয়া সংগীতৰ এগৰাকী বিশিষ্ঠ শিল্পী হিচাপে পৰিচিত ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|