ছানাউল্লাহক চাকৰিৰ পৰা অব্যাহতি

অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিলে নিৰ্দেশনা। আৰক্ষীৰ পোচাকো ঘূৰাই নিলে সীমান্ত শাখাৰ কাৰ্যালয়ে।

news18assam
Updated:June 2, 2019, 8:03 AM IST
ছানাউল্লাহক চাকৰিৰ পৰা অব্যাহতি
অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিলে নিৰ্দেশনা। আৰক্ষীৰ পোচাকো ঘূৰাই নিলে সীমান্ত শাখাৰ কাৰ্যালয়ে।
news18assam
Updated: June 2, 2019, 8:03 AM IST
ছানাউল্লাহক চাকৰিৰ পৰা অব্যাহতি। অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিলে নিৰ্দেশনা। BOO 463 নম্বৰৰ এক নিৰ্দেশযোগে অব্যাহতি ছানাউল্লাহক। বাইহাটা আৰক্ষী থানাত সীমান্ত শাখাৰ ASI হিচাপে কৰ্মৰত আছিল ছানাউল্লাহ ।



সেনাবাহিনীত অৱসৰৰ পিছতে সীমান্ত আৰক্ষীত যোগদান কৰিছিল ছানাউল্লাহে। আৰক্ষীৰ পোচাকো ঘূৰাই নিলে সীমান্ত শাখাৰ কাৰ্যালয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি