உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সনাতন ডেকাৰ মৃত্যুৱে পৰিয়ালটোলৈ নমাই আনিছে অমানিশা

    সনাতন ডেকাৰ মৃত্যুৱে পৰিয়ালটোলৈ নমাই আনিছে অমানিশা

    সনাতন ডেকাৰ হত্যাকাণ্ডক সৰ্বত্ৰ সৃষ্টি হৈছে ব্যাপক জাগৰণ। এতিয়া হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী কৰিছে সকলোৱে।

    • Share this:
    সনাতন ডেকাৰ হত্যাকাণ্ডক সৰ্বত্ৰ সৃষ্টি হৈছে ব্যাপক জাগৰণ। এতিয়া হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী কৰিছে সকলোৱে।

    সনাতন ডেকা নামৰ লোকজনে পাচলি বিক্ৰী কৰিব যোৱাৰ সময়তে মৰিয়াই মৰিয়াই ৪ জন লোকে হত্যা কৰাৰ অভিযোগ। ঘটনা সংঘটিত কৰিয়েই পলাতক হৈ আছিল ফাইজুল হক, ইউচুবউদ্দিন আহমেদ, আব্দুল জলিল আৰু খইবৰুদ্দিন আহমেদ।

    সনাতন ডেকাৰ মৃত্যুৰ পিছতে এতিয়া পৰিয়াললৈ নামি আহিছে অমানিশা। ঘৰখন সম্পূৰ্ণ ৰূপে নিৰ্ভয়শীল আছিল সনাতন ডেকাৰ ওপৰতে। ঘৰখনত একমাত্ৰ উপাৰ্জন কৰা সনাতন ডেকাৰ মৃত্যুৱে এতিয়া ঘৰখনক গভীৰ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে।

    আৰ্থিক ভাবে অত্যন্ত পিছ পৰা সনাতন ডেকাৰ দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া আপোনাৰ কিছু সহায়ৰ প্ৰয়োজন। সাধ্য অনুসৰি আপোনাৰ সহায়ে নিশ্চয়কৈ দুৰ্ভগীয়া পৰিয়ালটোক কিছু সকাহ দিব।  অসমবাসীৰ পৰাও এতিয়া সহায় বিচাৰিছে সনাতন ডেকাৰ দুৰ্ভগীয়া পত্নী দিপালী ডেকাই।

    A/C Holder- Dipali Deka
    একাউণ্ট নম্বৰ- 7287010055806
    IFSC- UTBI0RRBAGB
    কোলহাটি-চেচেমুখ শাখা, অসম গ্ৰামীণ বিকাশ বেংক
    First published: