সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘শ্বেৰমান আলীয়ে এক অক্ষমনীয় অপৰাধ কৰিছে। অসম চৰকাৰে শীঘ্রেই ব্যৱস্থা গ্রহণ কৰি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰক।’’

শ্বেৰমান আলীক বাংলাদেশীৰ ৰক্ষক আখ্যা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অসম আন্দোলনৰ স্বহীদক ঘাটক বুলি কোৱা শ্বেৰমান আলীক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য ভট্টাচাৰ্যৰ। কংগ্ৰেছ দলে শ্বেৰমান আলীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া অসমৰ ৰাইজে চকু দিব বুলি মন্তব্য কৰে তেওঁ।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘শ্বেৰমান আলীয়ে এক অক্ষমনীয় অপৰাধ কৰিছে। অসম চৰকাৰে শীঘ্রেই ব্যৱস্থা গ্রহণ কৰি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰক।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|