ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত চহৰীয়া। ৰমেশৰ প্ৰৰোচনাতে হৈছিল ওদালগুৰিৰ বীভৎস ঘটনা। 

news18assam
Updated:July 9, 2019, 6:51 PM IST
ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত চহৰীয়া। ৰমেশৰ প্ৰৰোচনাতে হৈছিল ওদালগুৰিৰ বীভৎস ঘটনা। 
news18assam
Updated: July 9, 2019, 6:51 PM IST
ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত চহৰীয়া। ৰমেশৰ প্ৰৰোচনাতে হৈছিল ওদালগুৰিৰ বীভৎস ঘটনা। প্ৰৰোচিত কৰিছিল যাদৱ চহৰীয়াৰ পৰিয়ালক। বলি দিবলৈ ওলাইছিল এটি কণমানিক যাদৱ চহৰীয়াৰ পৰিয়ালৰ লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি