ৰাষ্ট্ৰীয় ফুটবলাৰ ৰাহাজুদ্দিন আহমেদলৈ আজমল ফাউণ্ডেচনে আগবঢ়ালে ৫০ হাজাৰ টকা

News18 Assam | News18-Assam
Updated:September 17, 2020, 10:32 AM IST
ৰাষ্ট্ৰীয় ফুটবলাৰ ৰাহাজুদ্দিন আহমেদলৈ আজমল ফাউণ্ডেচনে আগবঢ়ালে ৫০ হাজাৰ টকা
সাংসদ বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশতে আজমল ফাউণ্ডেচনে বুধবাৰে ৰাহাজুদ্দিনক প্ৰদান কৰে আৰ্থিক সাহায্য।

সাংসদ বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশতে আজমল ফাউণ্ডেচনে বুধবাৰে ৰাহাজুদ্দিনক প্ৰদান কৰে আৰ্থিক সাহায্য।

  • News18 Assam
  • Last Updated: September 17, 2020, 10:32 AM IST
  • Share this:
News18ৰ বাতৰিৰ প্ৰভাৱ। ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবলাৰ ৰাহাজুদ্দিন আহমেদে পদপথত পাচলি দোকান দি পৰিয়াল পোহপাল দি থকা বাতৰি সম্প্ৰচাৰ হৈছিল News18 অসমত। News18ৰ বাতৰিৰ পিছতে বিভিন্ন দল–সংগঠনে ৰাহাজুদ্দিন আহমেদক সাহায্য প্ৰদান কৰিছিল। পলমকৈ হ’লেও বুধবাৰে আজমল ফাউণ্ডেচনে ফুটবলাৰ ৰাহাজুদ্দিন আহমেদক প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক।

সাংসদ বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশতে আজমল ফাউণ্ডেচনে বুধবাৰে ৰাহাজুদ্দিনক প্ৰদান কৰে আৰ্থিক সাহায্য। আজমল ফাউণ্ডেচনে ৰাহাজুদ্দিন আহমেদৰ বাবে এটা কৰ্মসংস্থাপনৰ বাবেও চেষ্টা কৰিব বুলি News 18ক জানিবলৈ দিয়ে।
Published by: Sanjay Kumar Das
First published: September 17, 2020, 10:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading