আলফা (স্বাঃ)ৰ দ্বাৰাই তিনিচুকীয়াৰ অপহৰণকাণ্ড, ৰূপম অসমৰ নেতৃত্বত অপহৰণ,জনালে আৰক্ষীয়ে

আৰক্ষী অধীক্ষকে জনালে এই তথ্য।

News18-Assam
Updated:October 12, 2019, 2:12 PM IST
আলফা (স্বাঃ)ৰ দ্বাৰাই তিনিচুকীয়াৰ অপহৰণকাণ্ড, ৰূপম অসমৰ নেতৃত্বত অপহৰণ,জনালে আৰক্ষীয়ে
পৰিচালকক নাপাই অস্ত্ৰধাৰী আলফা (স্বাঃ)ৰ দলে উঠাই নিলে কলঘৰৰ কৰ্মচাৰী।
News18-Assam
Updated: October 12, 2019, 2:12 PM IST
তালাপৰ অপহৰণ কাণ্ডত আলফা(স্বাধীন) জড়িত। ৰূপম অসমৰ গোটে কৰিছে এই অপহৰণকাণ্ড। News18ক জনালে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই।
অপহৃত চাহ বাগানৰ কৰ্মীক উদ্ধাৰৰ বাবে অভিযান চলি আছে।
সেনা আৰু আছাম ৰাইফলচেও সহযোগ কৰিছে অভিযানত। উল্লেখযোগ্য যে মুখ্য পৰিচালকক নাপাই বাগিচাৰ কলঘৰৰ পৰা অপহৰণ কৰা হৈছিল হেড ফিটাৰ গৌৰাং সুন্দৰ দেৱক। সমগ্ৰ দৃশ্য বন্দী হৈছিল কলঘৰৰ CCTVত।
আৰু চাওক পৰৱৰ্তী বাতৰি