হাইলাকান্দিত বাগিচাৰ সহঃ প্ৰবন্ধকৰ পৰা লুটি নিলে ৫ লাখ টকা

মিকক মজুৰি বেংকৰ পৰা টকাখিনি উলিয়াইছিল সঞ্জয় দে’ই।

News18-Assam
Updated:August 2, 2019, 2:56 PM IST
হাইলাকান্দিত বাগিচাৰ সহঃ প্ৰবন্ধকৰ পৰা লুটি নিলে ৫ লাখ টকা
মিকক মজুৰি বেংকৰ পৰা টকাখিনি উলিয়াইছিল সঞ্জয় দে’ই।
News18-Assam
Updated: August 2, 2019, 2:56 PM IST
হাইলাকান্দিত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি। নৰছিংপুৰ বাগিচাৰ সহ প্ৰবন্ধক সঞ্জয় দে’ৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫ লাখ টকা। ভাৰতীয় ষ্টেট বেংকৰ পৰা উলিয়াই অনাৰ সময়তে কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে ধনখিনি। শ্ৰমিকক মজুৰি বেংকৰ পৰা টকাখিনি উলিয়াইছিল সঞ্জয় দে’ই। এখন স্কুটীত আহিছিল দুজনীয়া দুৰ্বৃত্তৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি