
নিশাৰ আন্ধাৰত বিচৰণ কৰি ফুৰিছে বাঘিনীজনীয়ে। বাঘিনীজনীক সন্মুখত দেখি লগে লগে ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰে পথচাৰীয়ে।
নিশাৰ আন্ধাৰত বিচৰণ কৰি ফুৰিছে বাঘিনীজনীয়ে। বাঘিনীজনীক সন্মুখত দেখি লগে লগে ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰে পথচাৰীয়ে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নহয়, তিতাবৰত ঢেকীয়াপতীয়া নৈশ ছফৰ। তিনি পোৱালিসহ কেমেৰাত বন্দী হ’ল এজনী ঢেকীয়াপতীয়া বাঘৰ বিৰল দৃশ্য। তিতাবৰৰ চুঙী তিনিআলিত টহল দিছে বাঘিনীজনীয়ে। নিশা পথচাৰীৰ কেমেৰাত বন্দী এই দৃশ্য।
পথচাৰীৰ কেমেৰাত বন্দী হোৱা ভিডিঅ’টোত দেখা গৈছে এজনী প্ৰকাণ্ড বাঘিনী। মাতৃৰ সৈতে আছে তিনিটা পোৱালি। নিশাৰ আন্ধাৰত বিচৰণ কৰি ফুৰিছে বাঘিনীজনীয়ে। বাঘিনীজনীক সন্মুখত দেখি লগে লগে ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰে পথচাৰীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|