গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামৰ সম্মুখত এতিয়াৰে পৰা আৰু দেখা পোৱা নাযাব ৰংমনক। ২০০৭ চনৰ গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক তেতিয়াই ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে স্থাপন কৰিছিল। ১৬ বছৰ পিছত সেই ৰংমনক চৰকাৰে তাৰ পৰা আঁতৰালে।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সম্মুখত এতিয়াৰে পৰা আৰু দেখা পোৱা নাযাব ৰংমনক। ২০০৭ চনৰ গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক তেতিয়াই ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে স্থাপন কৰিছিল।
এতিয়া ১৬ বছৰ পিছত সেই ৰংমনক চৰকাৰে তাৰ পৰা আঁতৰাই পেলালে। যিটো কথা ক্ৰীড়া প্ৰেমীয়ে সহজভাৱে ল'ব পৰা নাই, এইকাৰনেই যে এই ৰংমনেই আছিল সৰু সজাই ষ্টেডিয়ামৰ সম্মুখৰ পৰিচয়। ক্ৰীড়াপ্ৰেমীসকলে ৰংমনক আঁতৰোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে। জানিব পৰা মতে পথ বহলোৱাৰ অজুহাতত ৰংমনক তাৰ পৰা আঁতৰাই ষ্টেডিয়ামৰ পিছফালে স্থাপন কৰিব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|