মহানগৰীৰ ফাঁচী বজাৰত দুৰ্বৃত্তই লুটি নিলে ৪০ লাখ টকা

টকাখিনি আছিল ফেডাৰেল বেংকৰ। ৰিজাৰ্ভ বেংকলৈ নিয়াৰ সময়তে লুটি নিয়ে ডকাইতৰ দলে। 

News18-Assam
Updated:August 27, 2019, 2:27 PM IST
মহানগৰীৰ ফাঁচী বজাৰত দুৰ্বৃত্তই লুটি নিলে ৪০ লাখ টকা
সাংকেতিক ফটো
News18-Assam
Updated: August 27, 2019, 2:27 PM IST
মহানগৰীৰ ফাঁচী বজাৰস্থিত ফেডাৰেল বেংকৰ সন্মুখত ডাকাইতি। ডকাইতে লুটি নিলে নগদ ৪০ লাখ টকা। টকাখিনি আছিল ফেডাৰেল বেংকৰ। ৰিজাৰ্ভ বেংকলৈ নিয়াৰ সময়তে লুটি নিয়ে ডকাইতৰ দলে। দুখন পালচাৰ বাইকত আহিছিল ৪ দুৰ্বৃত্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি