ডুমডুমাত ব্যৱসায়ীৰ মূৰত মাৰণাস্ত্ৰ থৈ ডকাইতি, তিনিজনীয়া ডকাইতৰ দলে লুটি নিলে স্কুটী

নিশা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত এখন বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে বাট আগচি ধৰে।

News18-Assam
Updated:November 4, 2019, 7:48 AM IST
ডুমডুমাত ব্যৱসায়ীৰ মূৰত মাৰণাস্ত্ৰ থৈ ডকাইতি, তিনিজনীয়া ডকাইতৰ দলে লুটি নিলে স্কুটী
নিশা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত এখন বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে বাট আগচি ধৰে।
News18-Assam
Updated: November 4, 2019, 7:48 AM IST
তিনিচুকীয়াৰ ডুমডুমা নগৰৰ মাজমজিয়াত ডকাইতি। ডুমডুমাৰ ‘মিনু মটৰছ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক সঞ্জয় আগৰৱালক তিনিজনীয়া ডকাইত দলৰ আক্ৰমণ। নিশা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত এখন বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে বাট আগচি ধৰে। ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ মূৰত মাৰণাস্ত্ৰ টোঁৱাই লুটি নিয়ে তেওঁৰ স্কুটীখন। পিছত প্ৰায় ১ কিলোমিটাৰ নিলগত উদ্ধাৰ হয় স্কুটীখন। কিন্তু স্কুটীত থকা দোকানৰ সমগ্ৰ টকা লৈ যায় ডকাইতৰ দলটোৱে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি