নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ ডকাইতি, পেট্ৰ’ল পাম্পত ডকাইতৰ দলে চলালে লুটপাত

News18-Assam
Updated:November 17, 2019, 8:21 AM IST
নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ ডকাইতি, পেট্ৰ’ল পাম্পত ডকাইতৰ দলে চলালে লুটপাত
ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাত।

ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাত।

  • Share this:
নগাঁৱৰ পুৰণিগুদামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাত। ১৪–১৫জনীয়া পেট্ৰ’ল পাম্পটোত প্ৰৱেশ কৰি লুটি নিয়ে ৬০ হাজাৰ টকাৰ লগতে দুটা কম্পিউটাৰ, CCTV কেমেৰা আৰু ডিভিআৰ ছেট। পুৱতিনিশা সংঘটিত হয় এই ডকাইতি কাণ্ড।
আৰু চাওক
পৰৱৰ্তী বাতৰি