মহিলাক হাত–ভৰি বান্ধি হত্যা কৰি পেলাই থ’লে বিছনাত, তাৰ পিছত ডকাইতে চলালে লুটপাত

নগাঁও জিলাৰ কাৱৈমাৰীত এই ভয়ংকৰ ডকাইতিৰ ঘটনা। মহিলাগৰাকীৰ মৃতদেহ বিছনাত পেলাই থৈ দুৱাৰত তলা লগাই থৈ যায় ডকাইতৰ দলে।

News18-Assam
Updated:November 5, 2019, 12:17 PM IST
মহিলাক হাত–ভৰি বান্ধি হত্যা কৰি পেলাই থ’লে বিছনাত, তাৰ পিছত ডকাইতে চলালে লুটপাত
নগাঁও জিলাৰ কাৱৈমাৰীত এই ভয়ংকৰ ডকাইতিৰ ঘটনা। মহিলাগৰাকীৰ মৃতদেহ বিছনাত পেলাই থৈ দুৱাৰত তলা লগাই থৈ যায় ডকাইতৰ দলে।
News18-Assam
Updated: November 5, 2019, 12:17 PM IST
নগাঁও জিলাৰ কাৱৈমাৰীত ভয়ংকৰ ডকাইতিৰ ঘটনা। এগৰাকী মহিলাক হত্যা কৰি ডকাইতে লুটি নিলে ঘৰৰ সা–সামগ্ৰী। নিশা মহিলাগৰাকীৰ স্বামী ঘৰত নথকাৰ সুযোগ লৈ ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দল। হাত–ভৰি বান্ধি মহিলাগৰাকীক হত্যা কৰি লুটপাত চলালে ডকাইতৰ দলে। নিহত মহিলাগৰাকীৰ নাম কল্পনা দেৱী। মহিলাগৰাকীৰ মৃতদেহ বিছনাত পেলাই থৈ দুৱাৰত তলা লগাই থৈ যায় ডকাইতৰ দলে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি