মুখ্যপৃষ্ঠা »খবৰ »অসম »সমগ্ৰ অসমত পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ, গুৱাহাটীত জিলা পৰিবহণ বিষয়াই চালকক দিলে গোলাপ

সমগ্ৰ অসমত পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ, গুৱাহাটীত জিলা পৰিবহণ বিষয়াই চালকক দিলে গোলাপ

ইয়াৰ বিপৰীতে নিয়ম ভংগ কৰা বাহনক বিহে জৰিমনা।

ইয়াৰ বিপৰীতে নিয়ম ভংগ কৰা বাহনক বিহে জৰিমনা।

ইয়াৰ বিপৰীতে নিয়ম ভংগ কৰা বাহনক বিহে জৰিমনা।

  • Share this:
আজিৰে পৰা ১৭ জানুৱাৰীলৈ আৰম্ভ হৈছে সমগ্ৰ অসমত পথ সুৰক্ষা সপ্তাহ। মহানগৰীৰ ৰাজপথত পথ সুৰক্ষা সপ্তাহৰ প্ৰথমটো কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্ব জি এছ ৰোডৰ পৰা খানাপাৰা অভিমুখী বাহন ৰখাই নীতি-নিয়ম মানি চলাচল কৰা চালক-হেণ্ডিমন, দুচকীয়া বাহনৰ আৰোহীক দিয়ে গোলাপ ফুল।

ইয়াৰ বিপৰীতে নিয়ম ভংগ কৰা বাহনক বিহে জৰিমনা। গোলাপ ফুল পাই সুখী চালক-হেণ্ডিমেন আৰু জৰিমনা দি পিছলৈ তেনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি চালকৰ।

শেহতীয়া বাতৰি