• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত পথৰ দাঁতিৰ খাৱৈত বাগৰিল ট্ৰাক, চালক–হেণ্ডিমেন আহত

ৰঙিয়াত পথৰ দাঁতিৰ খাৱৈত বাগৰিল ট্ৰাক, চালক–হেণ্ডিমেন আহত

দুৰ্ঘটনাত ট্ৰাকখনৰ চালক বৰপেটা জিলাৰ হাউলীৰ আহাদুল ইছলাম আৰু হেণ্ডিমেন মনোৱাৰ হুছেইন আহত হয়।

দুৰ্ঘটনাত ট্ৰাকখনৰ চালক বৰপেটা জিলাৰ হাউলীৰ আহাদুল ইছলাম আৰু হেণ্ডিমেন মনোৱাৰ হুছেইন আহত হয়।

দুৰ্ঘটনাত ট্ৰাকখনৰ চালক বৰপেটা জিলাৰ হাউলীৰ আহাদুল ইছলাম আৰু হেণ্ডিমেন মনোৱাৰ হুছেইন আহত হয়।

  • Share this:
ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল নলবাৰী অভিমুখী ট্ৰাক। কাৰ্বনভৰ্তি AP 93 X 4747 নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। পুৱতিনিশা সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত ট্ৰাকখনৰ চালক বৰপেটা জিলাৰ হাউলীৰ আহাদুল ইছলাম আৰু হেণ্ডিমেন মনোৱাৰ হুছেইন আহত হয়। আহত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দ্ৰুতবেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি