News18 AssamNews18 Assam
|
News18-Assam Updated:July 15, 2020, 7:41 PM IST
দুৰ্ঘটনা সংঘঠিত কৰা বলেৰ’ পিকআপ বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
দুৰ্ঘটনা সংঘঠিত কৰা বলেৰ’ পিকআপ বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
কাকপথাৰৰ ডমনাবস্তিৰ কালি মন্দিৰৰ সন্মুখত ভয়য়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুত্বৰভাৱে আহত হয়৷ নিহতজন কাকপথাৰ দপথাৰৰ পূৰ্ণকান্ত দুৱৰা বুলি জানিব পৰা গৈছে। আহতজন হৈছে ডিৰাক তৰাজনিয়াৰ নিতুল চেতিয়া৷ AS 23 BC 9665 নম্বৰৰ বলেৰ’ পিক আপ ভানে AS 23 R 5161 নম্বৰৰ বাইকখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন আৰোহী।দুৰ্ঘটনা সংঘঠিত কৰা বলেৰ’ পিকআপ বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।গুৰুত্বৰভাৱে আহত নিতুল চেতিয়া নামৰ লোকজনক সংকটজনক অৱস্থাত তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়।
Published by:
Sanjay Kumar Das
First published:
July 15, 2020, 7:41 PM IST