• Home
  • »
  • News
  • »
  • assam
  • »
  • তেজপুৰত দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ, দুয়োজন চালক থিতাতে নিহত

তেজপুৰত দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ, দুয়োজন চালক থিতাতে নিহত

চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷

চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷

চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷

  • Share this:
তেজপুৰত ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি৷ খলিহামাৰীত দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ৷ দুৰ্ঘটনাত দুয়োখন ডাম্পাৰৰ চালক থিতাতে নিহত হয়৷ চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই হেণ্ডিমেনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ নিহত-আহতৰ পৰিচয় এই এতিয়ালৈ জানিব পৰা হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS 12 AC 9156 আৰু AS 08 C 1332।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি