
চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷
চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷
তেজপুৰত ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি৷ খলিহামাৰীত দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ৷ দুৰ্ঘটনাত দুয়োখন ডাম্পাৰৰ চালক থিতাতে নিহত হয়৷ চালকৰ আসনতে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃতদেহ ডাম্পাৰৰ তলত সোমাই আছে৷
আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই হেণ্ডিমেনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ নিহত-আহতৰ পৰিচয় এই এতিয়ালৈ জানিব পৰা হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS 12 AC 9156 আৰু AS 08 C 1332।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|