உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ৭জন প্ৰাতঃভ্ৰমণকাৰীক, তিনিজনৰ মৃত্যু

    ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ৭জন প্ৰাতঃভ্ৰমণকাৰীক, তিনিজনৰ মৃত্যু

    ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক।

    ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক।

    ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক।

    • Share this:
    ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক। ফলত তিনিজন লোকৰ থিতাতে মৃত্যু হয়। আন চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত।
    Published by:Sanjay Kumar Das
    First published: