১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক।
১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক।
ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক। ফলত তিনিজন লোকৰ থিতাতে মৃত্যু হয়। আন চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|