ৰঙিয়াৰ বালাগাঁৱত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন লোক

News18 Assam | News18-Assam
Updated:September 29, 2020, 9:06 AM IST
ৰঙিয়াৰ বালাগাঁৱত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন লোক
দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গুৱাহাটী অভিমুখে পলায়ন কৰে ট্ৰাকসহ চালকজন।

দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গুৱাহাটী অভিমুখে পলায়ন কৰে ট্ৰাকসহ চালকজন।

  • News18 Assam
  • Last Updated: September 29, 2020, 9:06 AM IST
  • Share this:
ৰঙিয়াৰ বালাগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে খুন্দিয়ালে এগৰাকী পথচাৰীক। দুৰ্ঘটনাত থিতাতে নিহত হয় গফুৰ আলী (৫৫) নামৰ লোকজন। মৃত লোকজনৰ ঘৰ হৈছে বিহাৰত। দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গুৱাহাটী অভিমুখে পলায়ন কৰে ট্ৰাকসহ চালকজন। গফুৰ আলীয়ে দীৰ্ঘদিনৰ পৰা ৰঙিয়াৰ বালাগাঁৱত গাড়ীৰ চকাৰ মেৰামতিৰ কাম কৰি আহিছিল।
Published by: Sanjay Kumar Das
First published: September 29, 2020, 9:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading