ৰাস চাবলৈ গৈ উভতি নাহিল ওদালগুৰিৰ প্ৰদীপ, ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত

News18-Assam
Updated:November 19, 2019, 10:24 AM IST
ৰাস চাবলৈ গৈ উভতি নাহিল ওদালগুৰিৰ প্ৰদীপ, ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত
নলবাৰীৰ পৰা ৰাস চাই উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

নলবাৰীৰ পৰা ৰাস চাই উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

  • News18 Assam
  • Last Updated: November 19, 2019, 10:24 AM IST
  • Share this:
ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত এজন। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা এখন মাৰুতি ভেনৰ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। আন ৭জন লোক আহত হয় এই দুৰ্ঘটনাত। নিহত লোকজন ওদালগুৰিৰ বেংবাৰীৰ প্ৰদীপ কলিতা। ৰঙিয়াৰ বালাগাঁৱত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাটো। নলবাৰীৰ পৰা ৰাস চাই উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে মাৰুতি ভানখন।
আৰু চাওক
পৰৱৰ্তী বাতৰি