ৰহাৰ ফুলগুৰিত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুজন

আন দুজন লোক আহত হৈছে এই দুৰ্ঘটনাত।

news18assam
Updated:July 12, 2019, 11:15 AM IST
ৰহাৰ ফুলগুৰিত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুজন
আন দুজন লোক আহত হৈছে এই দুৰ্ঘটনাত।
news18assam
Updated: July 12, 2019, 11:15 AM IST
ৰহাৰ ফুলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা নৈশবাছত খুন্দা মাৰে এখন মালবাহী ট্ৰাকে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাছখনৰ চালক আৰু হেন্দিমেনজন। আন দুজন লোক আহত হৈছে এই দুৰ্ঘটনাত। আহত দুয়োজনকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ পলায়ন কৰে চালকে।
আৰু চাওক পৰৱৰ্তী বাতৰি