உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon Road Accident : নগাঁৱৰ নৰ্ত্তম গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক

    Nagaon Road Accident : নগাঁৱৰ নৰ্ত্তম গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক

    ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লয় সৰবৰহী যুৱকজনে।

    ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লয় সৰবৰহী যুৱকজনে।

    ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লয় সৰবৰহী যুৱকজনে।

    • Share this:
    নগাঁৱৰ নৰ্ত্তম গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন পুৰণিগুদামৰ লক্ষ্যজ্যোতি শাণ্ডিল্য। নগাঁৱৰ পৰা নিজ বাসগৃহলৈ মটৰ চাইকেলেৰে গৈ আছিল যুৱকজন। ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লয় সৰবৰহী যুৱকজনে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: