নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, ৩জনে হেৰুৱালে প্ৰাণ

ৰৈ থকা দুখন ট্ৰাক মহটিয়াই নিয়ে আন এখন ট্ৰাকে। নিশা সংঘটিত দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।

news18assam
Updated:May 12, 2019, 9:11 AM IST
নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, ৩জনে হেৰুৱালে প্ৰাণ
ৰৈ থকা দুখন ট্ৰাক মহটিয়াই নিয়ে আন এখন ট্ৰাকে। নিশা সংঘটিত দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।
news18assam
Updated: May 12, 2019, 9:11 AM IST
নগাঁৱৰ ফুলগুৰি শালম’ৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৩জন ট্ৰাক চালক-হেণ্ডিমেন আৰু গুৰুতৰভাৱে আহত এজন। ৰৈ থকা দুখন ট্ৰাক মহটিয়াই নিয়ে আন এখন ট্ৰাকে। নিশা সংঘটিত দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ঘটনাস্থলীলৈ যোৱা আৰক্ষীক আক্ৰমণ একাংশ লোকৰ, কেইবাখন বাহনৰো ক্ষতিসাধন কৰে উত্তেজিত লোকে। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত ট্ৰাক চালক-হেণ্ডিমেনকেইজন ক্ৰমে মাণিক আহমেদ, কুদ্দুছ আলী আৰু মোস্তাফা আহমেদ। আহত জয়ন উদ্দিন নামৰ লোকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় হাস্পতালত।
আৰু চাওক পৰৱৰ্তী বাতৰি