বিয়া খাই বন্ধুৰ সৈতে ঘৰলৈ উভতিছিল সমীৰ, ঘৰ পালেহি সমীৰৰ নিথৰ দেহ

News18-Assam
Updated:November 25, 2019, 9:56 AM IST
বিয়া খাই বন্ধুৰ সৈতে ঘৰলৈ উভতিছিল সমীৰ, ঘৰ পালেহি সমীৰৰ নিথৰ দেহ
হাফলঙৰ পৰা বিয়া খাই উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

হাফলঙৰ পৰা বিয়া খাই উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

  • Share this:
লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত দুই বাইক আৰোহী। দুৰ্ঘটনাত থিতাতে এজন যুৱকৰ মৃত্যুৰ হোৱাৰ লগতে আহত হয় আন এজন আৰোহী। থিতাতে নিহত হয় যোগীজান চাউতালবস্তিৰ সমীৰ বিশ্বাস। আহত হোজাইৰ হেমেন চেত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। হাফলঙৰ পৰা বিয়া খাই উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি