কলিয়াবৰত দলঙৰ ৰেলিং ভাঙি তলত পৰিল ট্ৰেইলাৰ

শিলিগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

News18-Assam
Updated:August 23, 2019, 8:55 AM IST
কলিয়াবৰত দলঙৰ ৰেলিং ভাঙি তলত পৰিল ট্ৰেইলাৰ
শিলিগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
News18-Assam
Updated: August 23, 2019, 8:55 AM IST
কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল এখন ট্ৰেইলাৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনৰ চালক আৰু হেণ্ডিমেন। শিলিগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। ট্ৰেইলাৰখনে কঢ়িয়াই আনিছিল মাৰুতি ছুজুকীৰ বাহন। আহত চালক আৰু হেণ্ডিমেনজনক জখলাবন্ধা চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি