• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াবৰত নিয়ন্ত্ৰণ হেৰুৱাই বাইকসহ ৩০ ফুট তলত পৰিল তিনি আৰোহী

কলিয়াবৰত নিয়ন্ত্ৰণ হেৰুৱাই বাইকসহ ৩০ ফুট তলত পৰিল তিনি আৰোহী

আহত তিনিওজনকে সংকটকজনক অৱস্থাত জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহত তিনিওজনকে সংকটকজনক অৱস্থাত জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহত তিনিওজনকে সংকটকজনক অৱস্থাত জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

  • Share this:
কলিয়াবৰত নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট তলত পৰিল বাইকসহ তিনি আৰোহী। কলিয়াবৰৰ নিজৰি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত পালছাৰ বাইকখনৰ নম্বৰ AS-02-AD-6654। দ্ৰুতগতিত অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে বাইকসহ তিনি আৰোহী।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় হাতীগাঁৱৰ জালালউদ্দিন, হাটবাগানৰ নাচিৰউদ্দিন আৰু নিজৰি গাঁৱৰ ইনুচ আলী। আহত তিনিওজনকে সংকটকজনক অৱস্থাত জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Published by:Sanjay Kumar Das
First published: