যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত উদীয়মান কবি পৱন পল্লৱ বৰ্মন

সোণাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

News18-Assam
Updated:July 9, 2019, 9:02 AM IST
যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত উদীয়মান কবি পৱন পল্লৱ বৰ্মন
সোণাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
News18-Assam
Updated: July 9, 2019, 9:02 AM IST
যোৰাবাটত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন উদীয়মান কবিৰ। থিতাতে নিহত যুৱকজনৰ নাম পৱন পল্লৱ বৰ্মন। টাৰ্ণিং লওঁতেই স্কুটীসহ টেংকাৰৰ তলত সোমাই পৰে পৱন পল্লৱ। গুৱাহাটীৰ লখৰাৰ বেতকুছিত ভাৰাতীয়া হিচাপে আছিল যুৱকজন। সোণাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। নিহত পৱন পল্লৱৰ ঘৰ গোৰেশ্বৰৰ গাছবাৰীত বুলি জানিব পৰা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি