• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক

হোজাইৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক

দুর্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে।

দুর্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে।

দুর্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে।

  • Share this:
হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰুপথাৰৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী বৃদ্ধৰ। নগাঁৱৰ পৰা ডবকা অভিমুখে আহি থকা অৱস্থাত এখন দ্ৰুতবেগী বাহনে লোকজনক মহতিয়াই নিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথতেই বৃদ্ধগৰাকী চিটিকি পৰে। থিতাতে নিহত হোৱা লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। দুর্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি