• Home
  • »
  • News
  • »
  • assam
  • »
  • লামডিঙৰ ৰাজপথত বাইক–টাটা টিয়াগ’ৰ মুখামুখি সংঘৰ্ষ, দুৰ্ঘটনাৰ পিছতে জ্বলি উঠিল চাৰিচকীয়া বাহনখন

লামডিঙৰ ৰাজপথত বাইক–টাটা টিয়াগ’ৰ মুখামুখি সংঘৰ্ষ, দুৰ্ঘটনাৰ পিছতে জ্বলি উঠিল চাৰিচকীয়া বাহনখন

উক্ত দুৰ্ঘটনাত বাইক আৰোহীসহ চাৰিচকীয়া বাহনৰ তিনি যাত্ৰী আহত হয়।

উক্ত দুৰ্ঘটনাত বাইক আৰোহীসহ চাৰিচকীয়া বাহনৰ তিনি যাত্ৰী আহত হয়।

উক্ত দুৰ্ঘটনাত বাইক আৰোহীসহ চাৰিচকীয়া বাহনৰ তিনি যাত্ৰী আহত হয়।

  • Share this:
লামিডঙত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি  আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।জানিব পৰা মতে, নম্বৰবিহীন আপাচী বাইক আৰু AS-02V-5056 নম্বৰৰ টাটা টিয়াগ’ৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পিছত  ৰাষ্ট্রীয় ঘাইপথত দপদপকৈ  জ্বলি উঠে চাৰিচকীয়া বাহনখন। দুৰ্ঘটনাত পতিত হোৱা বাহনখন হোজাই অভিমুখী আছিল বুলি জানিব পৰা গৈছে। উক্ত দুৰ্ঘটনাত বাইক আৰোহীসহ চাৰিচকীয়া বাহনৰ তিনি যাত্ৰী আহত হয়। আৰক্ষীয়ে আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন জব্দ কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি