• Home
  • »
  • News
  • »
  • assam
  • »
  • Golokganj : গোলকগঞ্জত ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা, নিহত ১ আহত ১

Golokganj : গোলকগঞ্জত ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা, নিহত ১ আহত ১

প্ৰতীকী ফটো

প্ৰতীকী ফটো

নিহত লোকজনৰ নাম ছবিয়াল বেপাৰী (৩০)

  • Share this:
গোলকগঞ্জৰ টাইবান্ধত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা। থিতাতে নিহত হ'ল এজন। গুৰুতৰভাৱে আহত হয় এজন।

স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত লোহত লোকজনক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰে ধুবুৰী চিকিৎসালয়ত প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এন এল - ০২ কে/৬৯০৮। আনহাতে নিহত লোকজনৰ নাম ছবিয়াল বেপাৰী (৩০)। ঘৰ হালাকুৰাৰ আটঘৰিটাৰীত। আনজনৰ নাম আজিজুল শ্বেখ, ঘৰ হালাকুৰাৰ আটঘৰিটাৰীতে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি