গহপুৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল i-20, থিতাতে নিহত এজন

গহপুৰৰ হাৱাজান দেউৰীগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।

News18-Assam
Updated:August 31, 2019, 8:48 AM IST
গহপুৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল i-20, থিতাতে নিহত এজন
গহপুৰৰ হাৱাজান দেউৰীগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।
News18-Assam
Updated: August 31, 2019, 8:48 AM IST
গহপুৰত পথ দুৰ্ঘটনাত নিহত এজন। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল এখন দ্ৰুদবেগী i–20 বাহন। দুৰ্ঘটনাত থিতাতে নিহত হয় ঋষিকেশ ভট্টাচাৰ্য নামৰ যুৱকজন। পিতৃ–মাতৃৰ সৈতে একেলগে নিশা ঘৰলৈ গৈ আছিল ঋষিকেশ। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ঋষিকেশৰ অমূল্য কুমাৰ ভট্টাচাৰ্য আৰু মামণী দেৱীৰ। গহপুৰৰ হাৱাজান দেউৰীগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি