দুধনৈৰ পুৰণিভিঠাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল ৱাগন–আৰ

পৰিয়ালটো মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

News18-Assam
Updated:September 10, 2019, 9:43 AM IST
দুধনৈৰ পুৰণিভিঠাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল ৱাগন–আৰ
পৰিয়ালটো মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
News18-Assam
Updated: September 10, 2019, 9:43 AM IST
গোৱালপাৰা জিলাৰ দুধনৈৰ পুৰণিভিঠাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল এখন দ্ৰুতবেগী ৱাগন–আৰ বাহন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় একেটা পৰিয়ালৰে শিশুসহ ৩জন লোক। আহত স্বপন সোনাৰ, সুনিতা সোনাৰ আৰু অশ্বীন সোনাৰ।

পৰিয়ালটো মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। আহত তিনিওকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। পিছত শিশুটিক উন্নত চিকিৎসাৰ প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি